Table of Content
DHE, DME Assamese GK 2022
(১)কোন চনৰ আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উত্তৰঃ ১৯৬০ চনত।
(২)পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত?
উত্তৰঃ কামৰূপী।
(৩)শ্ৰীমন্ত শংকৰদেবে তেখেতৰ নাট, গীতসমূহত কি ভাষা ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ ব্ৰজাৱলী?
(৪) অসমীয়া ভাষাক অসমত নতুনকৈ প্রতিষ্ঠিত কৰা ব্যক্তিগৰাকী কোন?
উত্তৰঃ চাৰ জর্জ কেম্পবেল।
(৫) ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্রথম নাট?
উত্তৰঃ কমেদী অব এৰৰ্চ।
(৬)নীল নদী কোন নদীৰ অন্তর্গতর্গ ?
উত্তৰঃ আর্য।
(৭) অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ’ কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰৱা।
(৮)অসমত কিমান শতাংশ লােকে অসমীয়া ভাষা কয়?
উত্তৰঃ ৬০ শতাংশতকৈ অধিক।
(৯)প্রথম অসমীয়া গদ্য সাহিত্যৰ জনক “কথাগীতা” ৰ জনক কোন?
উত্তৰঃ ভট্টদেৱ।
(১০) মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰঃ ৰাম সৰস্বতী।
(১১) অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক কোৱা হয়?
উত্তৰঃ ৰজনীকান্ত বৰদলৈ।
(১২) ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰে?
উত্তৰঃ মাধৱ কন্দলী।
(১৩) উত্তৰাকাণ্ড ৰামায়ণ ৰ অসমীয়া অনুবাদক কোন?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
(১৪) অসমীয়া ভাষা-সাহিত্যৰ ‘পিতৃ’ বুলি কাক কোৱা হয়?
উত্তৰঃ শ্রীমন্ত শংকৰদেৱ।
(১৫) হিন্দী ভাষালৈ অনূদিত প্রথম অসমীয়া কিতাপখনৰ নাম কি?
উত্তৰঃ চিত্র ভাগৱত।
(১৬) অসম সাহিত্য সভাই প্রকাশ কৰা প্রথম অসমীয়া অভিধানখনৰ নাম কি?
উত্তৰঃ চন্দ্রকান্ত অভিধান।
(১৭) অসমৰ ৰাজ্যভাষা কি?
উত্তৰঃ অসমীয়া।
(১৮) ভাৰতৰ ৰাষ্ট্রভাষা কি?
উত্তৰঃ হিন্দী।
(১৯) ‘গ্রামাটিকেল নােটছ অব দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ নাথান ব্রাউন।
(২০) অনার্তা ৰযােগে সম্প্রচাৰ হােৱা অসমীয়া ভাষাৰ প্রথম নাট কোনখন?
উত্তৰঃ বীণ বৰাগী।
(২১) অসমীয়া ভাষাত বর্তমা র্ত নলৈকে সর্বা ধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন?
উত্তৰঃ ৰঞ্জু হাজৰিকা।
(২২) বৈষ্ণৱ ধর্ম প্রচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্রেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়?
উত্তৰঃ চৰিত পুথি।
(২৩) অসমৰ গুৰু দুজদু নাই লিখা শ্রেষ্ঠ গীতখিনিক কি বুলি কয়?
উত্তৰঃ বৰগীত।
(২৪) শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱে লিখা গীতসমূহৰ ভাষা কি?
উত্তৰঃ বজ্রাবলী।
(২৫) সংগীত সাধনাৰ ক্ষেত্রত প্রথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰঃ সংগীত কোষ (লক্ষ্মীনাথ বেজবৰবা)।
(২৬) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়?
উত্তৰঃ খ্রীষ্টীয় নৱম-দশম শতিকাত।
(২৭) জোনাকী যুগৰ ত্রিমূর্তি বুলি কাক কাক কোৱা হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্র কুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামী।
(২৮) অসমীয়া ভাষাত প্রকাশিত প্রথম ডাইজেক্ট আলােচনীখনৰ নাম কি?
উত্তৰঃ সংগম (তফজ্জুল আলি আহমেদ)
(২৯) কীর্তনর্ত ঘােষাৰ ৰচক কোন?
উত্তৰঃ শ্রীমন্ত শংকৰদেৱ।
(৩০) শ্রীশ্ৰী মাধবদেৱৰ দ্বাৰা ৰচিত গ্রন্থখনৰ নাম কি?
উত্তৰঃ নামঘােষা।
অসমীয়া কুইজ ২০২২ | Assamese Quiz 2022
(৩১) অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ.ভাউ.সা)ৰ প্রথম অধিবেশন কত আৰু কেতিয়া হৈছিল?
উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্টত ৬৭নং মির্জা পুৰ ষ্ট্রীট (বর্তমা র্ত ন সূর্যসের্য ন স্ত্রীট)
(৩২) প্রথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ প্রহ্লাদ চৰিত।
(৩৩) প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
উত্তৰঃ দৈনিক বাতৰি।
(৩৪) প্রথম অসমীয়া ব্যাকৰণখনৰ নাম কি?
উত্তৰঃ অসমীয়া ভাষাৰ ব্যাকৰণ।
(৩৫) অসমীয়া দিনপঞ্জীৰ প্রথম মাহ কোনটো?
উত্তৰঃ বহাগ।
(৩৬) কাক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়?
উত্তৰঃ শ্রীমন্ত শংকৰদেৱক ।
(৩৭) প্রথম অসমীয়া নাটখনৰ নাম কি?
উত্তৰঃ চিহ্ন যাত্রা (শ্ৰীমস্ত শংকৰদেৱ)
(৩৮) প্রথম অসমীয়া অনূদিত গ্রন্থখনৰ নাম কি?
উত্তৰঃ যাত্রিকৰ যাত্রা।
(৩৯) মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে কিমানখন নাট ৰচনা কৰে?
উত্তৰঃ ছয়খন।
(৪০) প্রথম অসমীয়া ৰেকর্ডিং কৰা নাটখনৰ নাম কি?
উত্তৰঃ ৰুক্সিণী হৰণ।
(৪১) প্রথম অসমীয়া মাহেকীয়া আলােচনী জোনাকী প্রথমবাৰ কলকাতাৰপৰা কিমান চনত প্রকাশিত হয়?
উত্তৰঃ ১৮৮৯ চনত।
(৪২) অসমৰ প্রথম বাতৰি কাকত অৰুণােদয় কিমান চনত প্রকাশিত হয়?
উত্তৰঃ ১৯৪৬ চনত।
(৪৩) অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছিল?
উত্তৰঃ ১৯৬১ চনত।
(৪৪) কোনে অসমীয়া ভাষাত প্রথম সাধুকথাৰ পুথি ৰচনা কৰে?
উত্তৰঃ ১৮৫০ চনত এলিজা ব্রাউনে।
(৪৫) প্রাক্ শংকৰী যুগৰ এগৰাকী কবিৰ নাম লিখা।
উত্তৰঃ হেম সৰস্বতী, কবিৰত্ন ৰাম সৰস্বতী, মাধৱ কন্দলী।
(৪৬) অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
(৪৭) সাহিত্যৰর্থী নামেৰে জনাজাত অসমৰ প্রখ্যাত সাহিত্যিকজন কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
(৪৮) প্রথম অসমীয়া বাতৰি কাকত অৰুণােদয়ৰ প্রতিষ্ঠাপক সম্পাদক কোন?
উত্তৰঃ নাথান ব্রাউন।
Related: 200+ Assam General Knowledge 2022 for DHS, DME, Assam Police SI Exam
(৪৯) মামণি ৰয়ছম গােস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা অর্জনর্জ কৰিছিল?
উত্তৰঃ ২০০১ চনত।
(৫০) পূর্বতের্ব আহােমসকল কোন ভাষাৰ অন্তর্ভুক্তর্ভু আছিল?
উত্তৰঃ টাই ভাষাৰ।
(৫১) অখ্যাত কবিৰ বিখ্যাত বচনা বুলি কোনবিধ সাহিত্যিকক চিহ্নিত কৰা হয়?
উত্তৰঃ মৌখিক বা লােক সাহিত্যক।
(৫২) বেদৰ বাণী বুলি জ্ঞান কৰা লােক সাহিত্যবিধ কি?
উত্তৰঃ ডাকৰ বাণী বা ডাকৰ বচন।
(৫৩) টেটকুটি কি?
উত্তৰঃ এবিধ হাস্য-ব্যংগ প্রধান সাধুকথা।
(৫৪) অসমীয়া লােক সাহিত্যৰ প্রথমজন গৱেষক কোন?
উত্তৰঃ প্রফুল্ল দত্ত গােস্বামী।
(৫৫) কামৰূপত (নামনিত) যােৰানামক কি বুলি জনা যায়?
উত্তৰঃ খিচাগীত।
(৫৬) বিহুগীতবােৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয়?
উত্তৰঃ ত্রিপদী ছন্দত।
(৫৭) মালিতাক ইংৰাজীত কি বােলে?
উত্তৰঃ বেলাড।
(৫৮) জোৰােণত দিয়া মাছটোক কিহৰ প্রতীক বুলি কোৱা হয়?
উত্তৰঃ প্রজননৰ প্রতীক।
(৫৯) বিহুনামৰ প্রথম সংকলনটিৰ নাম কি?
উত্তৰঃ বহাগী।
(৬০) কোনজন ৰজাৰ দিনত বিহুৱে ৰাজকীয় স্বীকৃতি লাভ কৰে?
উত্তৰঃ স্বর্গদের্গ উ ৰুদ্রসিংহৰ দিনত।
(৬১) অসমীয়া মধুমতীৰ গীত বােৰ কোন শ্রেণীৰ গীত?
উত্তৰঃ বাৰমাহী গীত।
সাধাৰণ জ্ঞান ২০২২ | Assamese general knowledge 2022
(৬২) ডাকৰ বচনসমূহক নৈসর্গিকর্গি ছাড়া বুলি কোনে মত পােষণ কৰিছিল?
উত্তৰঃ বঙালী পণ্ডিত আশুতােষ ভট্টাচার্যই।
(৬৩) বৰফুকনৰ গীত শীর্ষকর্ষ গ্রন্থখনৰ সংকলক কোন ?
উত্তৰঃ সূর্য কুর্য কুমাৰ ভূঞা।
(৬৪) ‘জন সাহিত্য’ গ্রন্থখনৰ লেখক কোন?
উত্তৰঃ প্রফুল্ল দত্ত গােস্বামী।
(৬৫) ‘বুট়ী আইৰ সাধুৰ সংকলক কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
(৬৬) বুটী আইৰ সাধুকিমান চনত প্রথম প্রকাশ পাইছিল?
উত্তৰঃ ১৯১১ চনত।
(৬৭) অই নিঃতম গ্রন্থৰ অনুবাদক সম্পাদক কোন?
উত্তৰঃ ড° সদানন্দ পায়েং।
(৬৮) লােক সাহিত্যক বুজাবলৈ Folklore শব্দটো কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ইংৰাজ পণ্ডিত উইলিয়াম জন থমছে ১৮৪৬ চনত।
(৬৯) এবিধ বুৰঞ্জীমূলক লােকগীতৰ উদাহৰণ দিয়া।
উত্তৰঃ জয়মতীৰ গীত।
(৭०) এবিধ জনশ্রুতিমূলক গীতৰ উদাহৰণ দিয়া।
উত্তৰঃ ফুল কোৱৰৰ গীত।
(৭১) গাঁথিগাঁ য়ন কি?
উত্তৰঃ এবিধ সুগন্ধি ফুল।
(৭২) এবিধ জুনা গীতৰ উদাহৰণ দিয়া।
উত্তৰঃ নাঙলৰ জুনা।
(৭৩) বেলাড শব্দৰ মূল শব্দ কি?
উত্তৰঃ ফৰাচী শব্দ বেলাৰ।
(৭৪) বেলাড শব্দৰ মূল শব্দ ‘বেলাৰ’ৰ অর্থ কির্থ ?
উত্তৰঃ নৃত্য ।
(৭৫) মৌখিক সাহিত্যক হিন্দীত কি বুলি কোৰা হয়?
উত্তৰঃ জনগাঁথা ।
(৭৬) জিকিৰ শব্দৰ অর্থ কির্থ ?
উত্তৰঃ আল্লাৰ পবিত্র নাম স্মৰণ।
(৭৭) ‘হাইদং শব্দটোৰ অর্থ কির্থ ?
উত্তৰঃ বিশ্ব চৰাচৰৰ সৃষ্টি ৰহস্যৰ প্রশংসা।
(৭৮) জাৰী শব্দৰ অর্থ কির্থ ?
উত্তৰঃ বিননি।
(৭৯) ব্যৱহাৰিক জ্ঞানৰ এখন হাতপুথি বুলি কোবা সাহিত্যবিধ কি?
উত্তৰঃ ডাকৰ বচন।
(৮০) জ্ঞানৰ এখন মৌখিক বিশ্বকোষ বুলি কোন শ্রেণীৰ সাহিত্যক কোৱা হয়?
উত্তৰঃ ডাকৰ বচনক।
(৮১) জুবিজু ন গার্গৰর্গ দ্বাৰা ৰচিত পুথি দুখনদু কি কি?
উত্তৰঃ শব্দ অনুভূতি আৰু জুবিনৰ পদ্য।
(৮২) দেশভক্ত তৰুণৰাম ফুকনৰ দ্বাৰা ৰচিত গ্রন্থকেইখন কি কি?
উত্তৰঃ স্মৃতিমালা, যৌনতত্ত্ব, মােৰ চিকাৰ কাহিনী।
(৮৩) প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ তীর্থনার্থ থ শর্মা ৰ একমাত্র কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ কামসেন্দূৰ।
(৮৪) ত্রৈলােক্যনাথ গােস্বামীৰ একমাত্র কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ মানসী।
(৮৫) একমাত্র কবিতাপুথি ‘সাগৰ দেখিছা’ (১৯৪৫)ৰ ৰচক কোন?
উত্তৰঃ দেৱকান্ত বৰুৱা।
(৮৬) ‘কর্মবীর্ম ৰ আৰু ‘অসমৰ মুকুটবিহীন সম্রাটৰূপে খ্যাত অসমৰ ব্যক্তিগৰাকী কোন?
উত্তৰঃ নবীন চন্দ্র বৰদলৈ।
(৮৭) অসম সাহিত্য সভাৰ দ্বাৰা ‘জাতীয় কবি’ৰূপে খ্যাত কবিগৰাকী কোন?
উত্তৰঃ নীলমণি ফুকন।
(৮৮) ৰায় বাহাদুৰদু উপাধি লাভ কৰা অসমৰ সাহিত্যিকগৰাকী কোন?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।
(৮৯) পুৰবী বৰমুদৈৰ সাহিত্য অকাডেমী বঁটাপ্রাপ্ত উপন্যাসখনৰ নাম কি?
উত্তৰঃ শান্তনুকুলনন্দন (২০০৭)।
(৯০) বীৰেন্দ্র কুমাৰ ডট্টাচার্যৰর্য জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাসখনৰ নাম কি?
উত্তৰঃ মৃত্যুঞ্জয় (১৯৭৯)
(৯১) বিৰিঞ্চি কুমাৰ বৰুৱাই ৰাস্না বৰুৱা’ নামেৰে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ সেউজী পাতৰ কাহিনী।
Related: 100+ GK for Assam Police – General Knowledge Assam Police Sub Inspector
(৯২) বিখ্যাত অসমীয়া ৰহস্য চিৰিজ ‘পা-ফু আৰু ৰহস্যৰ ৰহঘৰা’ৰ ৰচয়িতা কোন?
উত্তৰঃ প্রেম নাৰায়ণ দত্ত।
(৯৩) অসমীয়া সাহিত্যত ‘ধ্বনি কবি’ৰূপে খ্যাত কবিগৰাকী কোন?
উত্তৰঃ বিনন্দ চন্দ্র বৰুৱা।
(৯৪) নটসূৰ্য ৰূৰ্য পে আখ্যা লাভ কৰা অসমীয়া ট্য নাট্যকাৰজন কোন?
উত্তৰঃ ফণী শৰ্মা ।ৰ্মা
(৯৫) বিৰিঞ্চি বৰুৱাই ‘বীণা বৰুৱা’ নামত ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ জীৱনৰ বাটত।
(৯৬) বিখ্যাত গড়গাঁওগাঁ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ বিনন্দ চন্দ্র বৰুৱা।
(৯৭) বিখ্যাত ভােগজৰা নাটকখনৰ ৰচক কোন?
উত্তৰঃ ফণী শর্মা ।র্মা
(৯৮) বীৰেন্দ্র কুমাৰ ভট্টাচার্যইর্য কোনখন উপন্যাস লিখি সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ ইয়াৰইনঙ্গম।
(৯৯) বিষ্ণুপ্রসাদ ৰাভাৰ একমাত্র কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ সােণপাহী।
(১০০) ভবেন্দ্রনাথ শইকীয়াই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ শৃং খল গল্প সংকলন।
(১০১) ভবেন বৰৱাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু প্রকাশন পৰিষদৰ বঁটা লাভ কৰে?
উত্তৰঃ সােণালী জাহাজ।
(১০২) জ্ঞান মালিনীৰ কবি’ৰূপে খ্যাত অসমৰ কবিগৰাকী কোন?
উত্তৰঃ মফিজুদ্দিজু ন আহমদ হাজৰিকা।
(১০৩) অজিৎ বৰুৱাৰ এটা প্রসিদ্ধ কবিতা হল
উত্তৰঃ জেংৰাই (১৯৬৩)।
(১০৪) অজিৎ বৰুৱাই কোনখন গ্রন্থৰ বাবে ১৯৯১ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ ‘ব্রহ্মপুত্র ইত্যাদি পদ্য’ গ্রন্থৰ বাবে।
(১০৫) অতুল চন্দ্র হাজৰিকাই কিমান চনত ‘সাহিত্যাচার্য উর্য পাধি লাভ কৰে?
উত্তৰঃ ১৯৮২ চনত।
(১০৬) কিমান চনত অতুলচন্দ্র হাজৰিকাই পদ্মশ্রী উপাধিৰে বিভূষিত হয় ?
উত্তৰঃ ১৯৭১ চনত।
(১০৭) অতুলচন্দ্র হাজৰিকাই কোনখন গ্রন্থৰ বাবে অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ মঞ্চলেখা (১৯৬৯ চন)।
(১০৮) অতুলচন্দ্র হাজৰিকাই কোনখন শিশু আলােচনী সম্পাদনা কৰিছিল?
উত্তৰঃ দীপক।
(১০৯) অতুলচন্দ্র হাজৰিকাৰ শিশু সাহিত্যসমূহ কি কি?
উত্তৰঃ ঈছপৰ সাধু, লৰাৰ জাতক, কথা দশম, অপেশ্বৰীৰ দেশ, কথা কীর্তনর্ত , ৰামায়ণৰ ৰহঘৰা, এণ্ডাৰচনৰ সাধু।
(১১০) অতুলচন্দ্র হাজৰিকাৰ দ্বাৰা ৰচিত নাটকসমূহ কি কি?
উত্তৰঃ নৰকাসুৰ, বেউলা, কনৌজ কুঁরৰী, শকুন্তলা, ছত্রপতি শিৱাজী, অশ্রুতীর্থ, র্থমর্জিয়া র্জি না।
(১১১) অতুলামন্দ গােস্বামীয়ে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? ৰী ঠিগাঁ
উত্তৰঃ চেনেহ জৰীৰ গাঁঠিগাঁ (২০০৬)।
(১১২) অতুলানন্দ গােস্বামীৰ এখন উল্লেখযােগ্য গ্রন্থৰ নাম উল্লেখ কৰা।
উত্তৰঃ নামঘৰীয়া।
(১১৩) লােকনায়ক ৰূপে খ্যাত অসমৰ সাহিত্যিক তথা সমাজসেৱক গৰাকী কোন?
উত্তৰঃ অমিয় কুমাৰ দাস।
(১১৪) গান্ধী কথামৃত শীর্ষকর্ষ গ্রন্থখন কাৰ?
উত্তৰঃ অমিয় কুমাৰ দাসৰ।
(১১৫) জয়ন্তী যুগৰ এগৰাকী প্রগতিবাদী কবিৰ নাম কোৱা।
উত্তৰঃ অমূল্য বৰুৱা।
(১১৬) অমূল্য বৰুৱাৰ কেইটামান বিখ্যাত কবিতা উল্লেখ কৰা।
উত্তৰঃ কুকুৰ, কয়লা, বেশ্যা।
(১১৭) অসম কেশৰীৰূপে খ্যাত অসমৰ সাহিত্যিক গৰাকী কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
(১১৮) ‘বন্দো কি ছন্দেৰে’ শীর্ষকর্ষ প্রখ্যাত গীতটোৰ ৰচক কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
(১১৯) অসম সংৰক্ষিণী সভা নামৰ অনুষ্ঠানটোৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
(১২০) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ ‘বেদনাৰ উল্কা’ কবিতা গ্রন্থৰ বাবে।
(১২১) অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন নাটকৰ নাম কোৱা।
উত্তৰঃ জয়দ্রথ বধ।
(১২২) ‘সাদিনীয়া ডেকা অসম’ নামৰ কাকতখনৰ প্রতিষ্ঠাপক সম্পাদকজন কোন আছিল?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী (১৯৩৫)।
(১২৩) নাট্যকাৰ অৰণ শর্মা ই কোনখন উপন্যাসৰ বাবে সাহিত্যৰ অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ আশীর্বা দৰর্বা ৰং (১৯৯৮)।
(১২৪) ‘শ্রীশ্রী স্বর্গদের্গ উ মহাৰাজৰ বংশ নির্ণয়র্ণ ‘ নামে বুৰঞ্জীৰ ৰচয়িতা গৰাকী কোন?
উত্তৰঃ আহােম ৰাজত্বৰ এজন দক্ষ প্রশাসক আতন বুঢ়াগােহাঁই।হাঁ
(১২৫) ‘ভাঙনি কোঁৱৰকোঁ ‘ নামে খ্যাত অসমীয়া সাহিত্যিকগৰাকী কোন?
উত্তৰঃ আনন্দ চন্দ্র আগৰৱালা।
(১২৬) প্রথম অসমীয়া ছপা পুথি ‘ধর্মপুর্ম স্তক’ৰ লেখক কোন?
উত্তৰঃ আত্মাৰাম শর্মা (১৮১৩)।
(১২৭) ‘বকুল বনৰ কবি ৰূপে খ্যাত কবিগৰাকী কোন?
উত্তৰঃ আনন্দ চন্দ্র বৰুৱা।
(১২৮) ৰায়চাহাব’ আৰু ৰায়বাহাদুৰদু উপাধি লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন?
উত্তৰঃ আনন্দ চন্দ্র আগৰৱালা (১৯১৬) (১৯২১)
(১২৯) ভাঙনি কোৱৰ নামে পৰিচিত অসমীয়া সাহিত্যিক গৰাকী কোন ?
উত্তৰঃ আনন্দ চন্দ্র আগৰৱালা।
(১৩০) আনন্দ চন্দ্র বৰুৱাই কোনখন কবিতাপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা পায়?
উত্তৰঃ ‘বকুল বনৰ কবিতা পুথিৰ বাবে।
(১৩১) ‘অসমীয়া লৰাৰ মিত্র পুথিৰ ৰচক কোন?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন
(১৩২) ‘এ নেটিভ’ এইটো কোনজন অসমীয়া সাহিত্যিকৰ ছদ্ম নাম?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন।
DHE, DME Assamese GK 2022
(১৩৩) মহাবীৰ চৰিতম আৰু ‘ভবভূতিজ গ্রন্থ দুখনৰ ৰচক কোন?
উত্তৰঃ আনন্দৰাম বৰুৱা।
(১৩৪) নানার্থ সং র্থ গ্রহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণখনৰ ৰচক কোন?
উত্তৰঃ আনন্দৰাম বৰুৱা।
(১৩৫) ল’ৰা বন্ধু নামৰ শিশু আলােচনীখনৰ প্রতিষ্ঠাপক সম্পাদক কোন?
উত্তৰঃ কৰুণাভিৰাম বৰুৱা।
(১৩৬) ‘কাঞ্চন বৰুৱা’ নামৰ সাহিত্যিকগৰাকীৰ প্রকৃত নাম কি?
উত্তৰঃ ভূৱন মােহন বৰুৱা।
(১৩৭) অসীমত যাৰ হেৰাল সীমা নামৰ বহুচর্চিত উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ কাঞ্চন বৰুৱা।
(১৩৮) ‘পুৱতি তৰা’, ‘অশান্ত প্রহৰ’, মৃগতৃষ্ণা ‘মৃত বিহংগ সুৱর্ণ বলর্ণ য়’ আদি উপন্যাসৰ শ্রষ্টা কোন?
উত্তৰঃ কাঞ্চন বৰুৱা।
(১৩৯) কুমাৰ কিশােৰ নামৰ সাহিত্যিক গৰাকীৰ প্রকৃত নাম কি?
উত্তৰঃ কিশােৰ কুমাৰ শর্মা ।
(১৪০) কুমাৰ কিশােৰৰ কোন দুখনদু উপন্যাস কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পুৰস্কৃত?
উত্তৰঃ সােণজুলিৰ হাঁহি আৰু শিলজুৰিৰ সাঁকো ।
(১৪১) কুলধৰ শইকীয়াই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ আকাশৰ ছবি আৰু অন্যান্য গল্প পুথিৰ বাবে।
(১৪২) কৃষ্ণকান্ত সন্দিকৈ কোন চনত অখিল ভাৰতীয় প্রাচ্যবিদ্যা সন্মিলনৰ সভাপতি নির্বাচিত হয়?
উত্তৰঃ ১৯৫১ চনত।
(১৪৩) কৃষ্ণকান্ত সন্দিকৈ কোনখন গ্রন্থৰ বাবে মৰণােত্তৰভাৱে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ ‘কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ (১৯৮৪)।
(১৪৪) ‘পাপৰি কবি’ৰূপে খ্যাত অসমীয়া কবিগৰাকী কোন?
উত্তৰঃ গণেশ চন্দ্র গগৈ।
(১৪৫) ‘কাশ্মীৰ কুমাৰী নামৰ নাটকখন কাৰ ৰচনা?
উত্তৰঃ গণেশ চন্দ্র গগৈ।
(১৪৬) একমাত্র কবিতা পুথি ‘পাপৰি কাৰ ৰচনা।
উত্তৰঃ গণেশ চন্দ্র গগৈ।
(১৪৭) মিত্রভাষ’ নামৰ একশ্রেণীৰ নতুন কাব্যশৈলীৰ শ্ৰষ্টা সাহিত্যিকগৰাকী কোন?
উত্তৰঃ নগেন শইকীয়া।
(১৪৮) বদন বৰফুকন, ‘চন্দ্রকান্ত সিংহ’, ‘নুমলী কুঁৱৰী, বিদ্রোহী মৰাণ’ আদি নাটকৰ স্ৰষ্টা কোন?
উত্তৰঃ নকুল চন্দ্র ভূঞা
(১৪৯) বনফুলৰ কবি’ৰূপে খ্যাত কবিগৰাকী কোন?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰা।
(১৫০) যতীন্দ্রনাথ দুৱৰাই কোনখন কবিতাপুথিব বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ বনফুল (১৯৫৫)।