Gk Assam Mock Test 7 May 2021

৭ মে ২০২১ (শুক্ৰ বাৰ) আজি সন্ধিয়া ৭ বজাৰ ১০ টা সাধাৰণ জ্ঞানৰ মক টেষ্টত অংশগ্ৰহণ কৰা বাবে ধন্যবাদ। আমি ভাবো আজিৰ ১০ টা প্ৰশ্নই আপোনাৰ প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহ সহায় কৰিব আৰু লগতে চৰকাৰী নাইবা বেচৰকাৰী চাকৰিৰ পৰীক্ষা সমূহত সহায় কৰিব যেনে – SSC, অসম পুলিচ, নৌসেনা, আৰ্মী ইত্যাদি। আৰু লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব বুলি আশা কৰিলো।

[ays_quiz id=”14″]

মক টেষ্ট অংশগ্ৰহণ কৰি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি আমাৰ বাবে পৰামৰ্শসমূহ থাকে তেন্তে একো সংকোচ নকৰাকৈ কমেণ্টৰ যোগেৰে জনাই দিব। এই সাধাৰণ জ্ঞানৰ মক টেষ্ট আপোনাৰ লগৰীয়া সকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

প্ৰতি দিনে সাধাৰণ জ্ঞান, বাতৰি কাকত, আগতে হৈ যোৱা পৰীক্ষাৰ প্রশ্ন কাকত পাবলৈ আমাৰ নতুন ৱেবচাইট GjQuiz.com ত সদায় চেক কৰিব

You May Also Like

12 Comments

  1. বহুত ভাল লাগিল

    Q7. In which year, Kaziranga was designated a “Reserve Forest” for the first time
    Answer should be 1906

Comments are closed.