Indian History mock test pt. 1

Indian History mock test pt. 1 সন্ধিয়া ৭ বজাৰ ১০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ মক টেষ্ট । আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাৰ প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহ সহায় কৰিব আৰু লগতে চৰকাৰী নাইবা বেচৰকাৰী চাকৰিৰ পৰীক্ষা সমূহত সহায় কৰিব যেনে – SSC, অসম পুলিচ, নৌসেনা, আৰ্মী ইত্যাদি। আৰু লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব বুলি আশা কৰিলো।

543
Created on

Indian History Mock Test 1

10 সাধাৰণৰ জ্ঞান প্ৰশ্নৰ সৈতে আপোনাৰ বুদ্ধিমত্তা পৰীক্ষা কৰক

1 / 10

Q1. India's first women's bank is known as

ভাৰতৰ প্ৰথম মহিলা বেংক কি নামেৰে জনা যায়

2 / 10

Q2. NITI in NITI Aayog stands for

নীতি আয়োগৰ নীতিৰ অৰ্থ হৈছে

3 / 10

Q3. Which one of the following is not an east flowing river in India

নিম্নলিখিত কোনটো ভাৰতৰ পূব প্ৰবাহিত নদী নহয়

4 / 10

Q4. Which district has become the first one in India to have High-Speed Rural Broadband Network

কোনখন জিলা উচ্চ গতিৰ গ্ৰাম্য ব্ৰডবেণ্ড নেটৱৰ্ক থকা ভাৰতৰ প্ৰথম খন জিলা হৈ পৰিছে

5 / 10

Q5. India's first remote sensing satellite (IRS 1A) was launched from

 

ভাৰতৰ প্ৰথম ৰিম'ট চেঞ্চিং উপগ্ৰহ (IRS 1A)ৰ পৰা উৎক্ষেপণ কৰা হৈছিল


6 / 10

Q6. The Ashok stambh of which place has been adopted as the national emblem of India

কোন ঠাইৰ অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে

7 / 10

Q7. In which state the Hornbill Festival is celebrated

কোন ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়

8 / 10

Q8. Which state is officially declared as the first Digital State of India

কোনখন ৰাজ্যক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম ডিজিটেল ৰাজ্য হিচাপে ঘোষণা কৰা হয়

9 / 10

Q9. Khajjiar Lake is located in

খাজ্জিয়াৰ হ্ৰদ কত অৱস্থিত

10 / 10

Q10. Eastern most point of East-West corridor is

ইষ্ট-ৱেষ্ট কৰিডৰৰ পূব সৰ্বাধিক বিন্দু হৈছে ...

Your score is

The average score is 51%

0%

মক টেষ্ট অংশগ্ৰহণ কৰি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি আমাৰ বাবে পৰামৰ্শসমূহ থাকে তেন্তে একো সংকোচ নকৰাকৈ কমেণ্টৰ যোগেৰে জনাই দিব। এই সাধাৰণ জ্ঞানৰ মক টেষ্ট আপোনাৰ লগৰীয়া সকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

আপোনালোকৰ ফালৰ পৰা অহা মক টেষ্টৰ অনুৰোধ (Request) সমূহ

1. Reasoning Mock test
2. Math Mock test
3. World GK Mock test
4. Award Mock test
5. Indian History Mock Test (যদি আপুনি পৰৱৰ্তী অংশটো বিচাৰে অনুগ্ৰহ কৰি Comment কৰক )

You May Also Like

13 Comments

    1. নিশ্চয়। প্ৰতি দিন সন্ধিয়া ৭ বজাৰ লগে লগে WhatsApp group ৰ জড়িয়তে Notification পাবা।

      আমাৰ WhatsApp group যদি এতিয়ালৈকে জৈন হোৱা নাই তেনেহলে ইয়াত ক্লিক কৰক – https://chat.whatsapp.com/CajxbI9NhLH05j9w83CsCB

Comments are closed.