Indian History mock test pt. 1 সন্ধিয়া ৭ বজাৰ ১০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ মক টেষ্ট । আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাৰ প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহ সহায় কৰিব আৰু লগতে চৰকাৰী নাইবা বেচৰকাৰী চাকৰিৰ পৰীক্ষা সমূহত সহায় কৰিব যেনে – SSC, অসম পুলিচ, নৌসেনা, আৰ্মী ইত্যাদি। আৰু লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব বুলি আশা কৰিলো।
[ays_quiz id=”25″]
মক টেষ্ট অংশগ্ৰহণ কৰি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি আমাৰ বাবে পৰামৰ্শসমূহ থাকে তেন্তে একো সংকোচ নকৰাকৈ কমেণ্টৰ যোগেৰে জনাই দিব। এই সাধাৰণ জ্ঞানৰ মক টেষ্ট আপোনাৰ লগৰীয়া সকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ ফালৰ পৰা অহা মক টেষ্টৰ অনুৰোধ (Request) সমূহ
1. Reasoning Mock test
2. Math Mock test
3. World GK Mock test
4. Award Mock test
5. Indian History Mock Test (যদি আপুনি পৰৱৰ্তী অংশটো বিচাৰে অনুগ্ৰহ কৰি Comment কৰক )
Very good
Thank you very much Pranjumoni Hazarika
Helpful mock tests
Thanks
Thank you sir..
You are most welcome
Thank you sir
You are most welcome Janhu Talukdar
Ankua test loi thakibo sir
নিশ্চয়। প্ৰতি দিন সন্ধিয়া ৭ বজাৰ লগে লগে WhatsApp group ৰ জড়িয়তে Notification পাবা।
আমাৰ WhatsApp group যদি এতিয়ালৈকে জৈন হোৱা নাই তেনেহলে ইয়াত ক্লিক কৰক – https://chat.whatsapp.com/CajxbI9NhLH05j9w83CsCB
Its very helpful and I want more mock test
Thank you. Get daily mock test at 7 PM.
Very good step